अर्थ : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
उदाहरण :
শংখ সাগৰত পোৱা যায়
पर्यायवाची : কম্বু
अर्थ : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
उदाहरण :
পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
पर्यायवाची : শঙ্খ