सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ বল
उदाहरण : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
पर्यायवाची : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
अर्थ : কিবা কৰিব পৰা শক্তি
उदाहरण : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
पर्यायवाची : সামর্থ্য
अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
पर्यायवाची : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
इंस्टॉल करें