पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শক্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শক্তি   বিশেষ্য

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

उदाहरण : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

पर्यायवाची : এনার্জি, ক্ষমতা, তেজ

अर्थ : শৰীৰৰ বল

उदाहरण : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

पर्यायवाची : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

अर्थ : প্রাকৃতিক ভাণ্ডাৰ

उदाहरण : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

अर्थ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

उदाहरण : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरण : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

पर्यायवाची : ক্ষমতা, সামর্থ্য

अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

उदाहरण : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

पर्यायवाची : অধিকাৰ

अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

उदाहरण : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

पर्यायवाची : চাপ

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

पर्यायवाची : জোৰ, তেজ, পৰাক্রম, বল, শকতি

चौपाल