पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শঠতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শঠতা   বিশেষ্য

अर्थ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

उदाहरण : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

पर्यायवाची : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য

अर्थ : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

उदाहरण : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

पर्यायवाची : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা

अर्थ : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব

उदाहरण : দুষ্টতাৰ পৰা আঁতৰি থাকা

पर्यायवाची : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা

अर्थ : কুটিল হোৱা অৱস্থা বা ভাব

उदाहरण : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

पर्यायवाची : কপটতা, কুটিলতা

चौपाल