अर्थ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
उदाहरण :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
पर्यायवाची : প্রশান্তি
अर्थ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
उदाहरण :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
पर्यायवाची : আৰাম
अर्थ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
उदाहरण :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
पर्यायवाची : সুখ
अर्थ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
उदाहरण :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
अर्थ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
उदाहरण :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
पर्यायवाची : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা