अर्थ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
उदाहरण :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
पर्यायवाची : কষ্ট দিয়া, যাতনা দিয়া
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
उदाहरण :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
पर्यायवाची : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া
अर्थ : অপৰাধীক ্ তেওঁৰ ্ অপৰাধৰ ফলস্বৰূপে দিয়া শাস্তি, ঘটোৱা আর্থিক হানি আদি কার্য
उदाहरण :
হত্যাৰ অপৰাধত ন্যায়াধীশে শ্যামক আজীৱন কাৰাদণ্ড দিলে
पर्यायवाची : দণ্ড দিয়া