अर्थ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
उदाहरण :
গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
पर्यायवाची : উপদেশ
अर्थ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
उदाहरण :
পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
पर्यायवाची : তালিম