सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
उदाहरण : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
पर्यायवाची : চূড়া, শিখৰ
अर्थ : জুইৰ আগ
उदाहरण : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
पर्यायवाची : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
अर्थ : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
उदाहरण : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
पर्यायवाची : টিকনি, টিকি
अर्थ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
उदाहरण : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
पर्यायवाची : অগ্র, আগ
इंस्टॉल करें