सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শিষ্ট ৰূপত বা শিষ্টতা সহিত
उदाहरण : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
पर्यायवाची : ভদ্র, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
अर्थ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
उदाहरण : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
पर्यायवाची : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, সভ্য, ৰুচিবান
इंस्टॉल करें