सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
उदाहरण : বেজে নাড়ী পৰীক্ষা কৰিছে
पर्यायवाची : ধমনী, নাড়ী, সিৰ
अर्थ : শৰীৰত যি নলীৰ দ্বাৰা ভিন ভিন অংগত তেজ চলাচল কৰি হৃদযন্ত্রলৈকে যায়
उदाहरण : শৰীৰৰ অশুদ্ধ তেজ সিৰাৰ মাধ্যমেৰে কলিজালৈকে যায়
इंस्टॉल करें