पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শুকাই যোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শুকাই যোৱা   ক্ৰিয়া

अर्थ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

उदाहरण : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

पर्यायवाची : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

अर्थ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

उदाहरण : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

पर्यायवाची : জঁই ্পৰা, লেৰেলা

अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

उदाहरण : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

पर्यायवाची : শুকোৱা

अर्थ : উজ্জ্বলতা কমি যোৱা

उदाहरण : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

पर्यायवाची : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা

चौपाल