अर्थ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
उदाहरण :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
पर्यायवाची : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
उदाहरण :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
पर्यायवाची : শুকোৱা
अर्थ : উজ্জ্বলতা কমি যোৱা
उदाहरण :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
पर्यायवाची : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা