अर्थ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
उदाहरण :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
पर्यायवाची : বাষ্পীভূত কৰা
अर्थ : আদ্রতা দূৰ কৰা
उदाहरण :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
अर्थ : সজীৱতা বা সতেজতা ভাব নথকা
उदाहरण :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
उदाहरण :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
पर्यायवाची : শুকাই যোৱা