पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শুক্র शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শুক্র   বিশেষ্য

अर्थ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে

उदाहरण : পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়

पर्यायवाची : শুক্রাণু

अर्थ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়

उदाहरण : তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে

पर्यायवाची : বী্র্য

अर्थ : বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটো

उदाहरण : তেওঁৰ ্ ডাঙৰ লʼৰাটো শুক্রবাৰে জন্ম হৈছিল

पर्यायवाची : শুকুৰবাৰ, শুক্রবাৰ

अर्थ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ

उदाहरण : বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে

पर्यायवाची : শুকুৰ, শুক্র-গ্রহ

चौपाल