अर्थ : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
उदाहरण :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
पर्यायवाची : শুওৱা
अर्थ : আনক শোৱা কার্যত প্রবৃত্ত কৰা
उदाहरण :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে