सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এটা আনটোৰ সৈতে সম্বন্ধ থকা কোনো কথা, বস্তু বা ঘটনা আদিৰ ক্রম অনুসৰি হোৱা বহু ধৰণৰ কথা
उदाहरण : খেলৰ শৃংখলা আজিৰ পৰা আৰম্ভ হʼব
पर्यायवाची : চিৰিজ
अर्थ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
उदाहरण : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
पर्यायवाची : লাইন, লান, লানি, লালী, শাৰী
इंस्टॉल करें