पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শেষ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শেষ কৰা   ক্ৰিয়া

अर्थ : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা

उदाहरण : প্রথমে এই কামটো সমাপ্ত কৰা

पर्यायवाची : সমাপ্ত কৰা

अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

उदाहरण : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

पर्यायवाची : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা

अर्थ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

उदाहरण : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

पर्यायवाची : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা

चौपाल