अर्थ : যি শোকেৰে ভৰি আছে
उदाहरण :
কোনো মহান ব্যক্তিৰ মৃত্যু হোৱাৰ লগে-লগে গোটেই দেশৰে পৰিৱেশ শোকাকূল হৈ পৰে
पर्यायवाची : শোকজী্র্ণ, শোকদগ্ধ, শোকপূর্ণ, শোকবিহ্বল, শোকসন্তপ্ত, শোকাকূল, শোকাতুৰ, শোকার্ত্ত, ্শোকগ্রস্ত, ্শোকজর্জৰিত, ্শোকব্যাকুল