सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি শুই আছে বা নিদ্রাত আছে
उदाहरण : শোৱাজনক নজগাবা
पर्यायवाची : সুপ্ত
अर्थ : শোৱা কার্য
उदाहरण : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
पर्यायवाची : শয়ন
अर्थ : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
उदाहरण : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
पर्यायवाची : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
इंस्टॉल करें