अर्थ : শ্লোভাকিয়াৰ অধিবাসী
उदाहरण :
তাত মোৰ বন্ধুত্ব এজন শ্লোভাকিয়ানৰ সৈতে হৈছিল
पर्यायवाची : শ্লোভাকিয়া বাসী, শ্লোভাকিয়া-বাসী, শ্লোভাকিয়াবাসী
अर्थ : শ্লোভাকিয়াত প্রচলিত ভাষা
उदाहरण :
শ্লোভাকিয়ান তেওঁ বহুত ্টান পায়
पर्यायवाची : শ্লোভাকী ভাষা, শ্লোভাকী-ভাষা
अर्थ : শ্লোভাকিয়াৰ সৈতে সম্বন্ধ থকা বা শ্লোভাকিয়াৰ
उदाहरण :
ৰঙ্গ-মঞ্চত আজি শ্লোভাকিয়ান নাটক দেখুৱা হʼব
अर्थ : শ্লোভাকী ভাষাৰ সৈতে সম্বন্ধ থকা বা শ্লোভাকী ভাষাৰ
उदाहरण :
তেওঁৰ ্নাম শ্লোভাকিয়ান পত্রিকাত ছপা হৈছিল