पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শৱসৎকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শৱসৎকাৰ   বিশেষ্য

अर्थ : মৃতদেহক জ্বলোৱা কার্য

उदाहरण : আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে

पर्यायवाची : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, খৰি দিয়া, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, সৎকাৰ

अर्थ : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ

उदाहरण : মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম

पर्यायवाची : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া

चौपाल