अर्थ : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা
उदाहरण :
চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে
पर्यायवाची : দূৰভিসন্ধি
अर्थ : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন
उदाहरण :
চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল