पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সংকোচ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সংকোচ   বিশেষ্য

अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

उदाहरण : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

पर्यायवाची : চৰম, লাজ

अर्थ : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা

उदाहरण : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে

पर्यायवाची : কুণ্ঠাবোধ

चौपाल