अर्थ : কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোকৰ মত
उदाहरण :
এই নি্র্বাচনত কোনো দলেই সংখ্যা-গৰিষ্ঠতা নাপালে
पर्यायवाची : বহুমত
अर्थ : একে চিন্তাধাৰা থকা কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোক
उदाहरण :
সংখ্যা-গৰিষ্ঠতাক সন্মুখত ৰাখি এইটো সিদ্ধান্ত লোৱা হৈছে
पर्यायवाची : বহুমত