अर्थ : যাৰ সংগঠন কৰা হৈছে
उदाहरण :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
अर्थ : যিটো একতাৰে পৰিপূর্ণ
उदाहरण :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
पर्यायवाची : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ