अर्थ : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
उदाहरण :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
पर्यायवाची : সংকলন
अर्थ : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
उदाहरण :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
अर्थ : একত্র কৰা বা হোৱা কার্য
उदाहरण :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
पर्यायवाची : একগোট