अर्थ : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
उदाहरण :
অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
अर्थ : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
उदाहरण :
চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে