अर्थ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
उदाहरण :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
पर्यायवाची : মিশ্রণ
अर्थ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
उदाहरण :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
अर्थ : মিহলি হোৱা কার্য
उदाहरण :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়