अर्थ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
उदाहरण :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
पर्यायवाची : মর্যাদাসম্পন্ন
अर्थ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
उदाहरण :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
अर्थ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
उदाहरण :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে