अर्थ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
उदाहरण :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
पर्यायवाची : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযমন, সংযমী
अर्थ : ইন্দ্রিয়ক বশ কৰা কার্য
उदाहरण :
সংযমৰ দ্বাৰাহে মানুহে সুখ-শান্তি প্রাপ্ত কৰিব পাৰে
पर्यायवाची : আত্মসংযম, ইন্দ্রিয়জয়, ইন্দ্রিয়দমন