सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
उदाहरण :
पर्यायवाची : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা
अर्थ : মনত হোৱা দুর্ভাৱনা
उदाहरण : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
पर्यायवाची : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা
अर्थ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
उदाहरण : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
पर्यायवाची : আশংকা, শংকা, শঙ্কা, সন্দেহ
अर्थ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
उदाहरण : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
पर्यायवाची : শংকা, শঙ্কা, সন্দেহ
इंस्टॉल करें