अर्थ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
उदाहरण :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
पर्यायवाची : সংস্কৃত ভাষা
अर्थ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
अर्थ : যাক পৰিশোধন কৰা হৈছে
उदाहरण :
সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
पर्यायवाची : পৰিমার্জিত