पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সজা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সজা   বিশেষ্য

अर्थ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ

उदाहरण : ভাটৌটো সজাৰ পৰা উৰি গʼল

पर्यायवाची : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা

अर्थ : পাৰ ৰাখিবলৈ সজা বাহ

उदाहरण : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে

पर्यायवाची : পাৰ-বাহা, পাৰৰ বাহ

সজা   ক্ৰিয়া

अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

उदाहरण : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

पर्यायवाची : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা

अर्थ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা

उदाहरण : তেওঁ ্মাটিৰ মূর্তি সাজি আছে

पर्यायवाची : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া

अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

उदाहरण : কুমাৰে কলহ নি্র্মাণ কৰে

पर्यायवाची : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা

अर्थ : ঘৰ বা দেৱাল আদি বনোৱা

उदाहरण : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

पर्यायवाची : উঠোৱা, বনোৱা

चौपाल