सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চুৰি বা ছল-কপট নকৰা ব্যক্তি
उदाहरण : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
अर्थ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
उदाहरण : সৎ লোকৰ আদৰ কৰা
पर्यायवाची : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
उदाहरण : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
पर्यायवाची : ভাল, সাধু, সুজন, সৎ
इंस्टॉल करें