सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरण : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
पर्यायवाची : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरण : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
अर्थ : যি জন্ম হয়
उदाहरण : জন্মাজনৰ মৃত্যু নিশ্চিত
पर्यायवाची : উপজাত, উৎপন্ন, জনিত, জন্মা, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সম্ভূত
इंस्टॉल करें