अर्थ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
उदाहरण :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
पर्यायवाची : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
अर्थ : একেবাৰে ঠিক বা উচিত
उदाहरण :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
अर्थ : যিটো নৈতিকতাৰে ভৰি আছে
उदाहरण :
আমি উচিত কাম কৰা উচিত
पर्यायवाची : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত
उदाहरण :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
पर्यायवाची : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত