सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
उदाहरण : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
पर्यायवाची : লগোৱা, লেপন লগোৱা
अर्थ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
उदाहरण : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
पर्यायवाची : ঘঁ্হা, লগোৱা
अर्थ : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
उदाहरण : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
पर्यायवाची : ফেটা, মথা, মাৰা
इंस्टॉल करें