अर्थ : যাৰ সন্তান নাই (পুৰুষ)
उदाहरण :
সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
अर्थ : যাৰ কোনো সন্তান নাই
उदाहरण :
নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
पर्यायवाची : নিঃসন্তান