अर्थ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
उदाहरण :
ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
पर्यायवाची : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ
अर्थ : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব
उदाहरण :
মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই
पर्यायवाची : সন্তোষ