सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरण : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरण : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
पर्यायवाची : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
अर्थ : সন্যাস আশ্রমত প্রৱেশ কৰাজন
उदाहरण : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
इंस्टॉल करें