अर्थ : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
उदाहरण :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
पर्यायवाची : নির্মূল ্হোৱা, শেষ হোৱা
अर्थ : কোনো কার্য আদি পূর্ণ ্হোৱা
उदाहरण :
ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
पर्यायवाची : অন্ত পৰা