सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
उदाहरण : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
पर्यायवाची : জাক, পাল, সমূহ
अर्थ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
उदाहरण : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
पर्यायवाची : শ্রেণী, ্বর্গ
अर्थ : যিমান আছে সকলোখিনি
उदाहरण : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
पर्यायवाची : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
इंस्टॉल करें