पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সম্পর্ক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সম্পর্ক   বিশেষ্য

अर्थ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

उदाहरण : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

पर्यायवाची : সম্বন্ধ

अर्थ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

उदाहरण : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

पर्यायवाची : সম্বন্ধ

अर्थ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

उदाहरण : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

पर्यायवाची : সম্বন্ধ

अर्थ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

उदाहरण : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

पर्यायवाची : মতলব, সম্বন্ধ

अर्थ : কথা-বতৰাৰ আদান প্রদান

उदाहरण : মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ

पर्यायवाची : ্যোগাযোগ

चौपाल