अर्थ : কাৰোবাক মাতিবলৈ প্রয়োগ কৰা শ্্ব্দ
उदाहरण :
বাপু নামেৰে গান্ধীজীক সম্বোধন কৰা হৈছিল
अर्थ : ব্যাকৰণ (কিছুমান ভাষাৰ)ত যি কাৰকত কোনো পদৰ দ্বাৰা কাৰোবাক আহ্বান কৰা বা সম্বোধন কৰা বুজোৱা হয়
उदाहरण :
সম্বোধনৰ বিভক্তি হে, হেৰʼ, ঐ আদি হে প্রভূ, দয়া কৰা-ত হে সম্বোধন
पर्यायवाची : সম্বোধন কাৰক, সম্বোধন পদ