पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সম্রাজ্ঞী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সম্রাজ্ঞী   বিশেষ্য

अर्थ : ৰজাৰ পত্নী

उदाहरण : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

पर्यायवाची : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী

अर्थ : সম্রাটৰ পত্নী

उदाहरण : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল

पर्यायवाची : চুলতানা, বেগম, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী

अर्थ : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়

उदाहरण :

पर्यायवाची : চুলতানা, মহিষী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী

अर्थ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

उदाहरण : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

पर्यायवाची : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাট, ৰজা, ৰাণী

चौपाल