पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সময়সীমা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সময়সীমা   বিশেষ্য

अर्थ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

उदाहरण : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

पर्यायवाची : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্ধার্য্যসময়

अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা অন্য এক নির্দিষ্ট সময়ৰ মাজৰ কালছোৱা

उदाहरण : আমি চাৰি ঘণ্টা সময়সীমাৰ ভিতৰত এই কামটো সম্পূর্ণ কৰিব লাগিব

पर्यायवाची : কালাৱধি

अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

उदाहरण : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

पर्यायवाची : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্কালসীমা

चौपाल