अर्थ : কোনো সমূহৰ সকলোতকৈ ভাল মানুহ বা বস্তু
उदाहरण :
এই যুদ্ধত আমাৰ সেনাৰ কিছুমান সর্বোত্তম ছহিদ হʼল
पर्यायवाची : সর্বোৎকৃষ্ট
अर्थ : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
उदाहरण :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
पर्यायवाची : অন্যতম, সর্বশ্রেষ্ঠ, সর্বোৎকৃষ্ট