अर्थ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
उदाहरण :
সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
अर्थ : সাগৰৰ পৰা উৎপন্ন
उदाहरण :
তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
पर्यायवाची : সামুদ্রিক