अर्थ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
उदाहरण :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
पर्यायवाची : সাজোন-কাচোন
अर्थ : অলংকৃত কৰা বা সজোৱা কার্য
उदाहरण :
ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
पर्यायवाची : অলংকৰণ
अर्थ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
उदाहरण :
সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
पर्यायवाची : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা