सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ ছয়গুণ অধিক পৰিমাণ
उदाहरण : সাতৰ সাতগুণ ঊনপঞ্চাশ
अर्थ : ছগুণতকৈ এগুণ বেছি
उदाहरण : কালিতকৈ আজি সাতগুণ বেছি বৰষুণ হʼল
अर्थ : যিমান হয় তাতকৈ আৰু ছয়গুণ বেছি
उदाहरण : অতিথিৰ কাৰণে প্রতিদিনৰ তুলনাত সাতগুণ আহাৰ প্রস্তুত কৰা হৈছে
इंस्टॉल करें