अर्थ : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে
उदाहरण :
শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে
पर्यायवाची : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথ কৰি, আথ-বেথকৈ, আথে-বেথে, আদৰি-সাদৰি, বেথা লগাকৈ, মৰমেৰে, সস্নেহে, হেঁ্পাহেৰে